‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’ছে কঢ়িয়ালে অসমলৈ সুনাম!

‘কাঁ’ চলচ্চিত্র মহোৎসৱত অসমৰ ছবিলৈ সন্মান। ৫খন চলচ্চিত্রৰ ভিতৰত অসমৰ ‘বাঘজান’ মনোনীত। COUNTRY OF HONOUR সন্মানৰ বাবে মনোনীত বাঘজান। জয়সিং জয় দহোটিয়াৰ দ্বাৰা নিৰ্মিত ‘বাঘজান’। দেশৰ আন ৪খন ছবিলৈও এই সন্মান। বাঘজান কাণ্ডৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে ছবিখন। প্ৰায় দুবছৰ পূৰ্বে তিনিচুকীয়াৰ বাঘজানত হৈছিল অগ্নিকাণ্ড। অইলৰ তৈলখাদত লাগিছিল জুই। শতাধিক পৰিয়ালৰ সা-সম্পত্তি হৈছল ধ্বংস। ইয়াৰ পূৰ্বে পৰিচালকজনে নিৰ্মাণ কৰিছিল ‘হান্দুক’ আৰু ‘জলছবি’। দুয়োখন ছবিয়ে ইতিমধ্য লাভ কৰিছে বহু সন্মান । আনফালে বিশ্বজিত বৰাৰ ছবি ‘বুম্বা ৰাইড’লৈও বিশেষ সন্মান। নিউয়ৰ্ক ইণ্ডিয়ন ফিল্ম ফেষ্টিভেলত উজলিল ছবিখনৰ শিশু শিল্পীগৰাকী। শিশুশিল্পী ইন্দ্ৰজিত পেগু মনোনীত হৈছে ‘শ্ৰেষ্ঠ শিশু অভিনেতা’ৰ শিতানত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...