২৭ জুনৰ নিশাৰ পৰা বন্ধ থাকিব আঠগাঁৱৰ উৰণসেতু; মেৰামতিৰ বাবে যান-বাহনৰ চলাচল বন্ধ

গুৱাহাটীৰ আঠগাঁও উৰণসেতু মেৰামতিৰ বাবে ২৭ জুনৰ নিশাৰ পৰা অস্থায়ীভাৱে বন্ধ ৰখা হ’ব। উৰণসেতু আৰু ইয়াৰ সংযোগী পথসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব।

২৭ জুনৰ নিশা ১১ বজাৰ পৰা ২৯ জুনৰ পুৱা ৬ বজালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব। এই সময়ছোৱাত ভৰলুমুখ অভিমুখে যান-বাহন চলাচল ডাইভাৰ্ট কৰা হ’ব।

যান-বাহন আৰক্ষীয়ে AT Road, MG Road আৰু পানবজাৰৰ দৰে বিকল্প পথসমূহ ব্যৱহাৰ কৰিবলৈ নাগৰিকসকলক অনুৰোধ জনাইছে। যানজঁটৰ সম্ভাৱনা থকাৰ বাবে যাত্ৰাৰ পূৰ্বে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰিৱেশক শ্ৰদ্ধা কৰিহে সম্ভৱ মানুহৰ বিকাশ: জাপানৰ অধ্যাপক ট’ৰু টাৰাও

মানুহৰ বিকাশ আৰু পৰিৱেশৰ ভাৰসাম্য একেলগে আগবাঢ়িব লাগিব। পৰিৱেশক...

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...