নিশা হ’লেই ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰে ডকাইত। কলিয়াবৰত সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা। তামোলভৰ্তি এখন বলেৰো পিক আপ ভান হাইজেক কৰিলে ডকাইতৰ এটা দলে। হাত ভৰি বান্ধি গাঁতত পেলাই দিলে গাড়ীৰ চালক আৰু মালিকক। কলিয়াবৰৰ কুঠৰীৰ পৰাও চোৰে নিলে বলেৰো পিক আপ। চুৰি হোৱা গাড়ীৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা গৰাকীৰ।
নিশা হ’লেই নিৰাপত্তাহীন ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ
চিনেমাৰ কায়দাৰে হাইজেক তামোলভৰ্তি বাহন
সাৱধান!
ঘাইপথৰ ঠায়ে ঠায়ে খাপ পিটি আছে ডকাইত
নুলমীগড়ৰ এই ঘৰখনৰ পৰা বলেৰো পিক আপ ভানখন লৈ ওলাই গৈছিল দুজন লোক। AS-05C-4293 নম্বৰৰ গাড়ীখনৰ মালিক প্ৰশান্ত বৰুৱা আৰু চালক ৰূপম দত্ত। লক্ষ্যস্থান আছিল নগাঁৱৰ আমনি। তামোল লৈ ৰাওনা হৈছিল গাড়ীখন। কলিয়াবৰ পাওঁতেই বলেৰো পিক আপখনৰ পিছা ললে আন তিনিখন গাড়ীয়ে। অগা-পিছা কৰি এটা সময়ত আগভেটা দিলে বাহনখনক। কেইজনমান লোকে নামি আহি ধমক দি পিক আপ বাহনক পৰা নমাই নিলে লোক দুজনক।
হাত-ভৰি বান্ধিলে দুয়োজনৰ
কাপোৰেৰে বান্ধিলে চকুত
তাৰ পাছত দুয়োজনক আন এখন বাহনত তুলি ১৫-২০ কিলোমিটাৰ লৈ গৈ পেলাই দিলে এটা গাঁতত।
কথমপি প্ৰাণৰক্ষা কৰি ওলাই আহিল লোক দুজন। দুৰ্বৃত্তৰ দলটোৱে তামোলভৰ্তি বাহনখন লৈ গুছি গ’ল। ঘটনাৰ পাছতেই আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী দুই লোক। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। এই খবৰ পোৱাৰ পাছতেই নুমলীগড়ত চাঞ্চল্য। ইপিনে কলিয়াবৰৰ কুঠৰীৰ পৰা চুৰি হ’ল AS-02BC-4820 নম্বৰৰ টাটা মবাইল গাড়ীখন। বাগৰি আৰক্ষী চকীত এজাহাৰ দিছে গৰাকীয়ে। বিচাৰ-খোচাৰ কৰিও উলিয়াব পৰা নাই গাড়ীখন। সেয়ে গৰাকীয়ে ঘোষণা কৰিছে পুৰষ্কাৰ।
গাড়ীখনৰ সন্ধান দিওঁতাই পাব ৫০ হাজাৰ টকা
6001070551 নম্বৰত যোগাযোগৰ আহ্বান
ৰাজ্যত সঘনে সংঘটিত হবলৈ ধৰিছে গাড়ী চুৰিৰ ঘটনা। ডকাইতৰ টাৰ্গেট মালবাহী বাহন। আৰক্ষীয়ে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে।
A formidable share, I just given this onto a colleague who was doing a bit of evaluation on this. And he in fact bought me breakfast as a result of I discovered it for him.. smile. So let me reword that: Thnx for the treat! However yeah Thnkx for spending the time to debate this, I feel strongly about it and love reading more on this topic. If possible, as you turn into expertise, would you thoughts updating your weblog with extra particulars? It is extremely helpful for me. Massive thumb up for this weblog post!
After study a few of the blog posts on your website now, and I truly like your way of blogging. I bookmarked it to my bookmark website list and will be checking back soon. Pls check out my web site as well and let me know what you think.
Hello.This post was extremely remarkable, especially because I was searching for thoughts on this issue last Monday.
I reckon something genuinely special in this site.
Regards for this howling post, I am glad I noticed this internet site on yahoo.
I’d have to examine with you here. Which is not one thing I usually do! I take pleasure in reading a post that may make folks think. Additionally, thanks for permitting me to comment!
Hiya, I’m really glad I have found this info. Today bloggers publish just about gossips and internet and this is really irritating. A good web site with interesting content, this is what I need. Thanks for keeping this site, I will be visiting it. Do you do newsletters? Can not find it.
magnificent post, very informative. I wonder why the other specialists of this sector don’t notice this. You must continue your writing. I’m confident, you have a huge readers’ base already!
I’m really loving the theme/design of your weblog. Do you ever run into any web browser compatibility issues? A handful of my blog audience have complained about my site not operating correctly in Explorer but looks great in Firefox. Do you have any ideas to help fix this problem?
hi!,I really like your writing very much! percentage we be in contact more approximately your post on AOL? I need a specialist in this area to resolve my problem. May be that’s you! Looking forward to peer you.
I was recommended this blog via my cousin. I’m now not certain whether or not this post is written by him as nobody else realize such detailed approximately my trouble. You are wonderful! Thank you!