শোকাৱহ! নাও ডুবি মৃত্যু ৭৮জন লোকৰ

পুনৰ সংঘটিত হ’ল আন এক শোকাৱহ ঘটনা। এইবাৰ বৃহৎ হ্ৰদত নাও বুৰি প্ৰাণ গ’ল ৭৮ জন লোকৰ। কেমেৰাত বন্দী হ’ল চলন্ত অৱস্থাতে পানীত নাওখন বুৰ যোৱাৰ দৃশ্য। অতিৰিক্ত যাত্ৰী কঢ়িওৱাৰ বাবে নাওখন বুৰ যায় গভীৰ হ্ৰদত। এই ঘটনা সংঘটিত হৈছে কংগোৰ কিভু হ্ৰদত। বহুসংখ্যক যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে। দৃশ্যটো প্ৰথমে গোৱাৰ বুলি একাংশই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। গোৱা আৰক্ষীয়ে পিছত স্পষ্ট কৰে প্ৰকৃততে এই ঘটনা কংগোৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ঘটনা দুদিন পূৰ্বে সংঘটিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...