অসমীয়া ভাষাই পালে GOOGLEৰ স্বীকৃতি

অৱশেষত GOOGLE TRANSLATORত সংযোজিত হ’ল অসমীয়া ভাষা। বুধবাৰে নিশা গুগল চাৰ্চ ইঞ্জিন কৰ্তৃপক্ষৰ তৰফৰ পৰা কৰা হ’ল এই ঘোষণা। অসমীয়া ভাষাকে ধৰি ৭টা অন্য ভাৰতীয় ভাষাক গুগল TRANSLATORত সংযোজিত কৰা হৈছে। এতিয়াৰে পৰা ইংৰাজী বা অন্য যিকোনো ভাষাক আপুনি অসমীয়া ভাষালৈ অনুবাদ কৰিব পাৰিব। গুগল অনুবাদলৈ সংযোজিত হোৱা ভাষাসমূহ হৈছে সংস্কৃত, অসমীয়া, ভোজপুৰী, ডগ্ৰী, কোংকানী, মৈথেলী, মিজো আৰু মইতেই। উল্লেখ্য যে, বিশ্বত ২৪টা নতুন ভাষা গুগল TRANSLATORত সংযোজিত হৈছে তাৰেই ৮টা ভাষা ভাৰতবৰ্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...