অসম

ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি চাইবাৰ অপৰাধী, উদ্ধাৰ ১২খন ATM কাৰ্ডসহ নগদ ধন

হোজাই জিলাৰ ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল তিনিজন সন্দেহযুক্ত চাইবাৰ অপৰাধী। ধৃত লোককেইজন ক্ৰমে সোণাপুৰৰ আৰ্জুমান আলী, চামছুদ্দিন আৰু মৰিগাঁৱৰ ধৰমতুলৰ ৰিজুৱান। অভিযুক্তকেইজনৰ পৰা আৰক্ষীয়ে...

ম্যাদ উকলা ঔষধ বিক্ৰীক কেন্দ্ৰ কৰি বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি, অসুস্থ গৰ্ভৱতী মহিলা

বৰপেটাৰোডত ম্যাদ উকলা ঔষধ বিক্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। বৰপেটাৰোডৰ কলাভাঙা শ্মশান ৰোডস্থিত ‘প্ৰিয় মেডিকেল’ৰ বিৰুদ্ধে ম্যাদ উকলা ঔষধ বিক্ৰী কৰাৰ গুৰুতৰ...

নিৰ্মাণৰ পিছতো আৰম্ভ নহ’ল চিকিৎসা সেৱা! হাবি-জংঘলেৰে আৱৰি পৰি ৰ’ল চাপৰৰ কলবাৰী উপ-স্বাস্থ্য কেন্দ্ৰ

ৰাজ্যত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নয়নৰ নামত চৰকাৰে কোটি কোটি টকা ব্যয় কৰাৰ সময়তে চাপৰৰ কলবাৰীত পোহৰলৈ আহিছে চৰকাৰী স্বাস্থ্য বিভাগৰ চৰম অৱহেলাৰ এক উদ্বেগজনক...

AMCHত ঘনকান্ত গগৈৰ আজি মৰণোত্তৰ পৰীক্ষা

ৰাজ্যজুৰি তীব্ৰ চৰ্চাৰ সৃষ্টি কৰা হোটেল বিলাস ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যুৰ পিছত আজি AMCHত সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা। বৰ্তমান AMCHৰ মৰ্গত...

বৃদ্ধ লোকক লক্ষ্য কৰি প্ৰৱঞ্চনা! ধন সৰবৰাহৰ গোচৰত আমেৰিকাত ভাৰতীয় নাগৰিকক ৮ বছৰৰ কাৰাদণ্ড

আমেৰিকাত বৃদ্ধ লোকক লক্ষ্য কৰি চলোৱা বৃহৎ প্ৰৱঞ্চনাৰ ধন সৰবৰাহৰ গোচৰত ৮ বছৰৰ কাৰাদণ্ড বিহা হ’ল এগৰাকী ভাৰতীয় নাগৰিকক। ৬০ বছৰীয়া আহমেদ মকবুল ছৈয়দক...

Popular