অসম

ক’ভিডত আক্রান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক'ভিডত আক্রান্ত। ২০২০ বৰ্ষৰ আগষ্ট মাহতো প্ৰথমবাৰৰ বাবে কভিডত আক্ৰান্ত হৈছিল। ইফালে ৰাজ্যত হ্ৰাস পাইছে ক'ভিডৰ টেষ্ট। ক'ভিডৰ টেষ্ট...

BTR চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি, উখল–মাখল সমগ্ৰ BTR

আজি BTR চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি। দ্বিতীয় বৰ্ষপূৰ্তিৰ বাবে উখল–মাখল সমগ্ৰ BTR। ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হৈছিল BTR চুক্তি। নতুন দিল্লীত গৃহমন্ত্ৰীৰ সৈতে চুক্তিত...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত শুভ৷ বৃষঃ কিছু সন্দেহ আৰু...

কলিয়াবৰত বনভোজ খাবলৈ গৈ নৈত সন্ধানহীন যুৱক!

কলিয়াবৰত বনভোজ খাবলৈ গৈ নৈত সন্ধানহীন যুৱকশিলঘাটৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন জমখলাগাঁৱৰ বিষ্ণু বৰা(২৮)পানী আনিবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন হয় যুৱকজনযুৱকজনৰ বিচাৰি ডুবাৰু বাহিনীৰ উদ্ধাৰ অভিযান

সামান্য কথা এটাত আৰক্ষীয়ে গুলীয়াই দিয়াটো আচৰিত কথা, আনন্দ মিশ্ৰ বাহিনীক লৈ জুবিনৰ প্ৰতিক্ৰিয়া

আনন্দ মিশ্ৰ বাহিনীয়ে ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। নগাঁৱত ছাত্ৰনেতাজনৰ ওপৰত আৰক্ষীয়ে গুলীচালনাক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাৰ্টথ্ৰৱ...

Popular