অসম

মাৰ্চত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন, কোন হ’ব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী?

মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন। কোন হ’ব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী। অংক মিলা নাই বিৰোধীৰ। AIUDF-এ প্ৰতিদান বিচাৰিছে কংগ্ৰেছৰ পৰা। প্ৰতিবাৰে কংগ্ৰেছক...

কালাপাহাৰ হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰ, আৰক্ষীৰ হাতত গুৰুত্বপূৰ্ণ ক্লু!

কালাপাহাৰ হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰআৰক্ষীৰ হাতত গুৰুত্বপূৰ্ণ ক্লুআৰক্ষীক ধৃত জিণ্টু শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তিসোমবাৰে দিনৰ ১১ বজাত অক্ষয়ে ফোন কৰিছিল জিণ্টুকঅনু হাজৰিকাৰ কোঠাত অকলে সোমাব মানা...

চুপাৰি, সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ শিলচৰত CID!

বৰাকত ছিণ্ডিকেটৰ বিৰুদ্ধে অপাৰেশ্যন অল আউট। চুপাৰি, সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ শিলচৰত CID। দীৰ্ঘদিন ধৰি বৰাকত চলি অহা সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ CIDৰ এটা...

চুপাৰি মাফিয়া প্ৰশান্ত বড়োক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ক্ৰাইম ব্ৰান্সে বৰ্ণিহাটৰ পৰা গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়া প্ৰশান্ত বড়ো ওৰফে ৰিংকু ওৰফে ভিক্টৰক। বাৰ্মিজ...

আজি কি কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ঘোষণা১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকে ক’ভিড SOPৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে এই সিদ্ধান্ত১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকিব নৈশ...

Popular