অসম

অক্টোবৰৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গাইড-জীপ চালকৰ ব্যাপক প্ৰস্তুতি

অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ইফালে,...

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰাৰ তথ্য পোৱা গৈছে। গোপন তথ্যৰ ভিত্তিত...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২ অক্টোবৰৰ পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

হোজাইৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে

অসম জুডিচিয়েল ছাৰ্ভিচেছ (AJS) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হোজাই জিলাৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে। আজমল ল কলেজৰ প্ৰাক্তন ছাত্ৰী...

ডিমৌত সৰ্প দংশনত মহিলাৰ মৃত্যু

ডিমৌত সৰ্প দংশনৰ ফলত এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী খোৱাং সমষ্টিৰ পথালিবাম কোমলদৈ বঙালী গাঁৱৰ ৰূপামণি ঘাটোৱাৰ। বৃহস্পতিবাৰে নিশা ঘৰৰ মজিয়াত শুই থকা অৱস্থাত বিষাক্ত...

Popular