অসম

ডাম্পাৰ সোমালগৈ দোকানত, টিয়াগ’ সোমাল পথাৰত! দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুজন লোক

দ্ৰুতবেগী টিয়াগ আৰু মিনি ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই টিয়াগ' সোমাল পথাৰত, ডাম্পাৰ সোমালগৈ দোকানগৃহত। গুৰুতৰভাবে আহত দুজনকৈ...

বিয়াখাই গুৰুতৰভাৱে অসুস্থ ১১০জনতকৈও অধিক লোক

তেজপুৰত বিবাহৰ অভ্যৰ্থনাত বিষক্ৰিয়া। বিয়াখাই গুৰুতৰভাৱে অসুস্থ ১১০জনতকৈও অধিক লোক। পুঠিমাৰী বাপুভেটিত এই চাঞ্চল্যকৰ ঘটনা। অসুস্থ কিছু সংখ্যক লোকক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি।

কটন বিশ্ব বিদ্যালয়ত নেপালী ভাষাৰ পিজি ডিপ্লোমা পাঠ্যক্ৰম আৰম্ভ

কটন বিশ্ববিদ্যালয়ে আৰম্ভ কৰিলে নেপালী ভাষাৰ পিজি ডিপ্লোমা পাঠ্যক্ৰম। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ ভবেশ গোস্বামীয়ে সোমবাৰে এমচিবি বিল্ডিং কনফাৰেঞ্চ হলত পাঠ্যক্ৰমটোৰ উদ্বোধন কৰে আৰু কয়...

ঐ ৰাম আয়তীৰ উৰুলি দিয়াহে…এজোপা বট গছ আৰু আঁহত গছৰ মাজত শুভ পৰিণয়!

এখন ব্যতিক্ৰমী বিয়া৷ আয়তীৰ বিয়া নাম, উৰুলি আদিৰে মুখৰিত হ'ল বিয়া চৌহদ। সজাই পৰাই তোলা হ'ল দৰা-কইনাক৷ পিন্ধোৱা হ'ল ন সাজ৷ কিন্তু এইখন বিয়া...

নিমিষতে ছাই হ’ল দুটাকৈ বাসগৃহ, ৪টা চিলিণ্ডাৰ বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড

জুইৰ লেলিহান শিখাই পলকতে ভস্মীভূত কৰিলে দুটাকৈ বাসগৃহ। হোজাইত ভয়ংকৰ অগ্নিকাণ্ড। হোজাইৰ উত্তৰ বিদ্যানগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। চাৰিটাকৈ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি সংঘটিত হ'ল...

Popular