অসম

বাকী খাই ঘূৰাই দিয়া নাছিল ৪০০ টকা, গুৰুলা গুৰুলকৈ প্ৰহাৰ যুৱকক!

মৰিগাঁৱত এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ। এখন গেলামাল দোকানত বাকী খাইছিল ৪০০ টকাৰ। যুৱকজনে চাৰি দিন ধৰি বাকী মাৰিব পৰা নাছিল। তাৰ পিছৰ দৃশ্য...

নতুন ৰূপত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভা | কাক কি দ্বায়িত্ব?

মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ পৰা কৰ্তন ২টাকৈ বিভাগউদ্যোগ আৰু বাণিজ্য বিভাগ কৰ্তন পাটোৱাৰীৰ পৰাপাটোৱাৰীৰ পৰা কৰ্তন পৰিবহণ বিভাগোপাটোৱাৰীক নতুনকৈ পৰিৱেশ, বন বিভাগৰ দায়িত্বএক্ট ইষ্ট আৰু...

সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত ১ লাখ গছপুলি ৰোপণ

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানিৰ দুই নৈৰ মুখত আজি পুৱাৰে পৰা এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। সেউজী ধৰণীৰ সপোন বাস্তৱায়িত...

বিজেপি বিধায়কৰ কথা নুশুনাটোৱেই কাল হ’ল নেকি SI জোনমণিৰ?

বিজেপি বিধায়কৰ কথা নুশুনাটোৱেই কাল হ’ল নেকি জোনমণিৰ? বিধায়ক অমিয় ভূঞাৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছিল জোনমণিয়ে। ফোনতেই বিধায়ক জনক SI জোনমণিয়ে দিয়া নীতি শিক্ষা...

আজিৰ দিনটো কেনে যাব আপোনাৰ? NK ৰাশিফল

মেষ : পাণ্ডিত্য প্রতিভা প্রকাশ পাব। ভাতৃৰ উন্নতিয়ে আনন্দ দিব। মনোবল অটুট থাকিব। ৰক্তজনিত ৰোগত ভুগিব পাৰে। ভ্ৰমণত শুভ। বিদ্যাত কষ্ট। বৃষ : কর্মত দৃঢ়তা...

Popular