অসম

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ ৪৯টা নতুন বিধানসভা সমষ্টিত নতুন ৰেচন কার্ড বিতৰণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে

দুর্নীতি আৰু পক্ষপাতমূলক ব্যৱস্থাৰ পৰিৱৰ্তে অতি স্বচ্ছতাৰে ৰাইজক সেৱা কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে: মুখ্যমন্ত্ৰী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সৰুসজাই ক্রীড়া...

শ্ৰীমন্ত শংকৰদেৱ সংঘ-অসম সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত অসমৰ দুই আগশাৰীৰ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু অসম সাহিত্য...

ডায়েট, ডিব্ৰুগড়ত অন্তঃজিলা কুইজ প্ৰতিযোগিতা

চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েট, ডিব্ৰুগড়ৰ উদ্যোগত এখনি অন্তঃজিলা কুইজ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ১৩ ডিচেম্বৰ, ২০২৪ তাৰিখ শুক্ৰবাৰে ডিব্ৰুগড় জিলাৰ...

এটা আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণে ব্যথিত কৰিছে তিতাবৰবাসীক

এটা আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণে ব্যথিত কৰিছে তিতাবৰবাসীক। লেটেকুজান চাহ বাগিচাত জাকৰ সৈতে বিচৰণ কৰি ফুৰিছে আঘাতপ্ৰাপ্ত হাতীটোৱে। খাদ্য অথবা পানী খাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে...

সামাজিক মাধ্যমত মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী অসম মহিলা সাংবাদিক মঞ্চ‌ৰ

দুষ্কৃতিকাৰীৰ টাৰ্গেট হৈ পৰিছে মহিলা সাংবাদিকে   সামাজিক মাধ্যমত আপলোড কৰা ফটো। মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰই অসাধু ব্যৱসায় আৰম্ভ কৰা পৰিলক্ষিত হৈছে।...

Popular