অসম

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

সমাগত গণৰাজ্য দিৱস । কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? দৰঙত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।শিৱসাগৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই।বঙাইগাঁৱত...

আহি আছে বৰষুণ, ২৭ জানুৱাৰীলৈ কুঁৱলীয়ে ঢাকি ধৰিব আকাশ

ৰাজ্যত ঠাণ্ডাৰ সমান্তৰালভাৱে আহিব পাৰে বৰষুণ। পূব বাংলাদেশৰ ফালে সাগৰ পৃষ্ঠৰ পৰা ১.৫ কি.মি. ওপৰত সৃষ্টি হোৱা বতাহৰ ফলত ৰাজ্যত ঠাণ্ডাৰ ব্যাপক প্ৰভাৱ পৰিব।...

তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া মুছলিমাৰ

মৰ্মান্তিক ঘটনা। কাছাৰৰ বৰখলাত তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া শিশুৰ। মৃত কন্যা শিশুটিৰ নাম মুছলিমা বেগম লস্কৰ। নেনু মিয়া নামৰ এজন লোকে এজোপা...

শ্বুটিং আছে, সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ নাযায় জুবিন গাৰ্গ

পাঠশালা সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত নাথাকিব কণ্ঠশিল্পী জুবিন গাৰ্গ। আদৰণি সমিতিয়ে সংবাদমেল যোগে জানিবলৈ দিয়ে এই কথা। ইতিমধ্যে জুবিন গাৰ্গে অধিৱেশনৰ বাবে সময় দিছিল...

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়ালৈ ‘বীৰ পাংৰাও’ বঁটা

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়ালৈ মৰণোত্তৰভাৱে ‘বীৰ পাংৰাও’ বঁটা। টাইপাই অহা ৩০ জানুৱাৰীত প্ৰদান কৰিব এই সন্মান। মে-ডাম-মে-ফিৰ অনুষ্ঠানত ৰাজীৱ শদিয়াৰ পৰিয়ালক প্ৰদান কৰিব সন্মান।...

Popular