অসম

অভিযানত হতভম্ব হৈ পৰে খোদ আৰক্ষী

জাল প্ৰমাণ-পত্ৰ বনোৱা কাৰখানাগোৱালপাৰাৰ পৰা নিয়ন্ত্ৰণ হৈছে কাৰখানাটোআপোনাৰ হাতত থকা চাৰ্টিফিকেটখন জাল নে প্ৰকৃত?আৰক্ষীয়ে উৎখাত কৰিলে জাল প্ৰমাণ-পত্ৰ বনোৱা চক্ৰটোঅভিযানত হতভম্ব হৈ পৰে খোদ...

ভিক্টৰে আৰক্ষীক যোগান ধৰা দ্বিতীয়টো ফোন টেপিং

ভিক্টৰে আৰক্ষীক যোগান ধৰা দ্বিতীয়টো ফোন টেপিং একমাত্ৰ NKTVৰ হাতত সেই চাঞ্চল্যকৰ ফোন টেপিং দালাল-প্ৰাৰ্থীৰ কথোপকথন বন্দী ফোন টেপিঙত তৃতীয়-চতুৰ্থবৰ্গৰ চাকৰিৰ নামত দৰ-দাম চলাৰ কথা https://www.youtube.com/watch?v=Qzy8j4542uQ

মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিব লাগে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড। মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ https://youtu.be/uzr74Ar9C0E

মহানগৰীৰ এখন দুৰ্গা পূজাৰ ওপৰত আৰোপ কৰা হৈছে আজব চৰ্ত

এইবাৰ পূজা কমিটিক চৰ্ত আৰোপ কৰিলে বিধায়কে সিদ্ধাৰ্থ ভট্টাচাৰ্যক উভতি ধৰিলে বলেন্দ্ৰ ভৰালীয়ে ‘ক্ষমতাই মূৰত ধৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যক’ https://www.youtube.com/watch?v=Idz4M-S6dB8

কি হ’ব কংগ্ৰেছৰ ভৱিষ্যৎ?

কংগ্ৰেছত কন্দল; ৰাজ্যিক নেতৃত্বৰ মাজত কন্দলৰাজীৱ ভৱনত কন্দল; জিলা পৰ্যায়ত কন্দলআনকি মণ্ডলতো কন্দল কংগ্ৰেছৰকংগ্ৰেছীয়ে ঘুঁচিয়ালে দলৰ জিলা সভাপতিক https://www.youtube.com/watch?v=u1Ubl7cmdwY

Popular