অসম

ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্রী ড° শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়িত হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পর্যালোচনা কৰে।...

উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি

গুৱাহাটী, ২৬ জানুৱাৰী ঃ ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লোৱাৰ বাবে দেওবাৰে অসম অলিম্পিক সন্থাৰ বিষয়বৱীয়াৰ এটা দল গুৱাহাটীৰ পৰা ৰাওনা হৈছে৷ অসম...

দূৰদৰ্শী আৰু দক্ষ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে অসমক শীৰ্ষ সফল ৰাজ্য ৰূপে প্ৰতিষ্ঠা কৰিছে

দূৰদৰ্শী আৰু দক্ষ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে অসমক শীৰ্ষ সফল ৰাজ্য ৰূপে প্ৰতিষ্ঠা কৰিছেচাৰে তিনি বছৰত ডেৰ লাখ চৰকাৰী চাকৰিৰ নিযুক্তিলাখ...

জাপানৰ সংসদীয় উপমন্ত্ৰীৰ সৈতে অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলৰ সৈতে অসমৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সংযোগ স্থাপন সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাৰ আলোচনা জাপানৰ সংসদীয় উপমন্ত্ৰীৰ সৈতে অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ...

যোৰহাটত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

৫০ লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু শংকৰ সংঘ। যোৰহাট ম’হবন্ধাৰ এৰালতলী পথাৰত যুদ্ধকালীন তত্পৰতা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱতাবাদী, আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠা লাভ...

Popular