অসম

প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই। জুবিন গাৰ্গৰ ঘটনাৰ সময়ত য়টখনত উপস্থিত আছিল...

দিন-দুপৰতে ডিব্ৰুগড়ৰ ৰাজগড়ত ডকাইতি! জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই ১০ লক্ষাধিক টকাৰ সোণ, নগদ ধন লুটি উধাও দুৰ্বৃত্ত

টিংখাঙৰ ৰাজগড়ত পুৱাই সংঘটিত চাঞ্চল্যকৰ দিন-দুপৰীয়া ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। ৰাজগড়ৰ মাজমজিয়াত থকা শ্ৰী সন্তোষী জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই দুটা দুৰ্বৃত্তই লুটি...

হাউলী ৰাসৰ বৰঙণি পত্ৰৰ খেলত প্ৰথম পুৰস্কাৰ ৰেঞ্জ ৰ’ভাৰ স্প’ৰ্ট, পুৰস্কাৰত থাকিব ২১খন বিলাসী বাহন

হাউলী ৰাস মহোৎসৱৰ উদ্যোগত বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহাৰ্য্যাৰ্থে এইবাৰ অনুষ্ঠিত হ’বলগীয়া বৰঙণি পত্ৰৰ খেলত প্ৰথম পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব বিলাসী ৰেঞ্জ ৰ’ভাৰ স্প’ৰ্ট...

মাজুলীত খাদ্যত বিষক্ৰিয়া; প্ৰসাদ খাই অসুস্থ ১৩৮ গৰাকী

মাজুলীৰ মূদৈবিল টকৌবাৰী গাঁৱত সংঘটিত খাদ্যত বিষক্ৰিয়াৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰসাদ গ্ৰহণ কৰাৰ পাছত ১৩৮ গৰাকী লোক অসুস্থ হৈ পৰা বুলি জানিব...

STFৰ জিম্মাত পাকিস্তানৰ চোৰাংচোৱা অভিষেক কুমাৰ সিং; অভিষেকৰ জেৰাত পোহৰলৈ আহিছে ন ন তথ্য

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ এজন অপাৰেটিভৰ সৈতে যোগাযোগ ৰখা আৰু নিৰাপত্তা বাহিনীৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (STF) গ্ৰেপ্তাৰ কৰা...

Popular