অসম

বিদ্যালয় চৌহদতে মদৰ আড্ডা, বটলে ভৰি কাটিছে শিক্ষাৰ্থীৰ

বেদখলকাৰীৰ চকু বিদ্যালয়ৰ ভূমিতঅন্ধকাৰ ভৱিষ্যত, বিদ্যালয় চৌহদত বহিছে দোকানবিদ্যালয় চৌহদতে মদৰ আড্ডা, বটলে ভৰি কাটিছে শিক্ষাৰ্থীৰ লখিমপুৰৰ চিলনিবাৰী বনুৱা হাইস্কুল খেলপথাৰ বেদখল কৰি এচাম লোকে...

ধৰ্মৰ নামত অসভ্যালি কৰা উন্মাদৰ বাবে গ’ল গৰ্ভস্থ সন্তানৰ প্ৰাণ

এতিয়া পৱিত্ৰ শাওণ মাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিৱ ভক্তৰ উছাহ-উদ্দীপনা। ভিন্ন ঠাইত বাহিৰ হৈছে বলবমৰ শোভাযাত্ৰা। পৱিত্ৰ এই কাৰ্যসূচীৰ গইনা লৈ একাংশই দুষ্কৃতিকাৰীয়ে সৃষ্টি...

ঘোঁৰাৰ আক্ৰমণত আহত কেইবাজনো

ৰাজ্যত হাতী-মানুহৰ সংঘাতৰ ঘটনা কোনো নতুন কথা নহয়। কিন্তু এইবাৰ ঘোঁৰাৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন লোক। ঘটনাক লৈ আতংকৰ সৃষ্টি হৈছে এটা অঞ্চলত। সমান্তৰালকৈ...

বাল্য বিবাহৰ বিৰোধিতা কৰি বঙাইগাঁৱত বিপদত পৰিছে এটা পৰিয়াল

চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাইছে। বাল্য বিবাহ ৰোধ কৰিবৰ বাবে ৰাইজকো সচেতন হৈ থাকিবলৈ অনুৰোধ কৰিছে। সেই সময়তে বাল্য বিবাহৰ বিৰোধিতা কৰি...

স্মাৰ্ট চিটীৰ নামত ব্যয় হ’ল ৮০২ কোটি

প্ৰহসন! স্মাৰ্ট চিটীৰ নামত ব্যয় হ’ল ৮০২ কোটিউপেক্ষিত হৈ ৰ’ল মূল সমস্যাস্মাৰ্ট চিটীৰ প্ৰকল্পই আজিলৈকে নুচুলে কৃত্ৰিম বানক ২০১৬ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মাৰ্ট চিটী প্ৰকল্পৰ...

Popular