অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্বতন্ত্ৰ সংগ্ৰামী দলবীৰ সিং লোহাৰ উৎকৃষ্ট সমাজ সেৱা বঁটা

মন্ত্ৰী অশোক সিংহলে খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ১৭ সংখ্যক কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিৱেশন আৰু দ্বিতীয় উত্তৰ...

আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈ নিজকে শেষ কৰি পেলালে নেকি দীপাংকৰে?

আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈয়ে নিজকে শেষ কৰি পেলালে নেকি যোৰহাটৰ দীপাংকৰ গগৈয়ে? পৰিয়ালে উত্থাপন কৰা অভিযোগ কিমান সঁচা! এইবাৰ যোৰহাটৰ আৰক্ষী অধীক্ষকৰ এখন বিস্ফোৰক...

কেইবা দশকজোৰা ৰক্তক্ষয়ী সংঘাত সমাপ্তিৰ পথত

কেইবা দশকজোৰা ৰক্তক্ষয়ী সংঘাত সমাপ্তিৰ পথত২৯ ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-চৰকাৰৰ আনুষ্ঠানিক চুক্তি১৪ বছৰীয়া আলোচনাৰ পৰিসমাপ্তি ঘটাবলৈ দিল্লীত ১৬জনীয়া আলফাৰ নেতৃত্বআলফা–চৰকাৰৰ আলোচনা প্ৰক্ৰিয়াক আদৰণি দল...

ভগ্নীক মনত পেলাই মঞ্চতেই কান্দি উঠিল জুবিন

জুবিনৰ চকুত পুনৰ চকুলো ভগ্নীক মনত পেলাই মঞ্চতেই কান্দি উঠিল জুবিন শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ইটোৰ পাছত সিটো জনপ্ৰিয় গীতেৰে দৰ্শকক মুহিছিল জুবিনে। এটা সময়ত...

২৪ ঘন্টাৰ ভিতৰত দুবাৰ লজ্জানত সভ্য সমাজ

শোণিতপুৰত ২৪ ঘন্টাত সংঘটিত হ'ল মানৱতাক লজ্জানত কৰা দুটা ঘটনা। ডাইনীৰ অপযশ দি এগৰাকী মহিলাক জীৱন্তে জ্বলালে নৰাধমৰ এটা দলে। সেই ঘটনাৰ ২৪ ঘন্টা...

Popular