অসম

পূজাৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাইছে চুৰিকাণ্ড

সমাগত শাৰদীয় দুৰ্গা পূজা। দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰাজ্যত হঠাৎ বৃদ্ধি পাইছে চুৰিকাণ্ড। শেহতীয়া কেইবাদিনৰ ভিতৰত গুৱাহাটীত সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ডৰ ঘটনা। চোৰে লুটিছে সোণৰ...

এখন বিয়া আৰু এটা অনাকাংক্ষিত ঘটনা

জন্ম-মৃত্যু-বিবাহ কেতিয়া আহে কোনেও নাজানে। এখন বিয়া আৰু এটা অনাকাংক্ষিত ঘটনা। দুখনকৈ ঘৰ, দুটা পৰিয়াল, দুখন গাঁৱে কান্দিছে। বিয়ালৈ ৩টা দিন বাকী থকা অৱস্থাত...

গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত AIUDFৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন

আজি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।...

মণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযান

গৰৈমাৰীত গুণ্ডাৰাজমণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযানআকৌ আৰম্ভ হৈছে লাট-মণ্ডলৰ দালালি ঘটনা গৰৈমাৰী ৰাজহ ৰাজহ চক্ৰ বিষয়াৰ অধীনস্থ এলেকাৰ। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই ভাগৰি...

পুনৰ বিদেশ ভ্ৰমণলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অহা ৩০ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী ভ্ৰমণসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব...

Popular