জুবিন গাৰ্গৰ মৃত‍্যুৰ প্ৰাথমিক তদন্তত অপৰাধমূলক ষড়যন্ত্ৰ নস‍্যাৎ ছিংগাপুৰ আৰক্ষীৰ

জুবিন গাৰ্গৰ ৰহস‍্যজনক মৃত‍্যু সন্দৰ্ভত বিবৃতি জাৰি ছিংগাপুৰ আৰক্ষীৰ
জুবিন গাৰ্গৰ মৃত‍্যুৰ প্ৰাথমিক তদন্তত অপৰাধমূলক ষড়যন্ত্ৰ নস‍্যাৎ ছিংগাপুৰ আৰক্ষীৰ
জুবিনৰ মৃত‍্যুক লৈ ভুৱা তথ‍্য বিয়পি থকা বুলি ক’লে ছিংগাপুৰ আৰক্ষীয়ে
কিন্তু ঘটনাক লৈ বিস্তৃত তদন্ত অব‍্যাহত ৰাখিছে ছিংগাপুৰৰ আৰক্ষীয়ে
তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰু ৩ মাহ সময়ৰ প্ৰয়োজন হ’ব পাৰে বুলিও বিবৃতিটোত উল্লেখ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে
ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তৰ হাতত জুবিনৰ প্ৰথমটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰাৰ কথাও উল্লেখ বিবৃতিটোত
ছিংগাপুৰ আৰক্ষীৰ ৱেবছাইটতে উপলব্ধ এই বিবৃতি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...