অসম

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতলৈ শোকৰ বতৰা, অভিনেতা অপু অনিৰুদ্ধৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা অপূৰ্ব কুমাৰ ডেকা, জনপ্ৰিয়ভাৱে অপু অনিৰুদ্ধ নামেৰে পৰিচিত অভিনেতাগৰাকীৰ দেহাৱসান। দেওবাৰে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক...

তামুলপুৰৰ গড়গড়ীত জোঁৱায়েকক চোকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

তামুলপুৰ জিলাৰ গড়গড়ীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। শহুৰেকৰ ঘৰত আলহী খাবলৈ গৈ দলবদ্ধ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱালে ২৭ বছৰীয়া যুৱক ইকবাল হুছেইনে। জানিব...

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ক’ৰ কমিটীৰ তিনিখনকৈ বৈঠক, আগন্তুক পৰিষদীয় নিৰ্বাচনক লৈ বিশেষ আলোচনা

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হয় ক’ৰ কমিটীৰ তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত অনুষ্ঠিত হয় দলৰ...

মাজুলীৰ দুৰ্গম চানং গাঁৱৰ পৰা মেলব’ৰ্ণলৈ ছেমুৱেলৰ সপোনৰ উৰণ; ২০২৭ৰ অষ্ট্ৰেলিয়ান অ’পেনত বল কিড হিচাপে নিৰ্বাচিত অসমৰ ছেমুৱেল দলে

দুৰ্গম গাঁৱৰ পৰা বিশ্ব ক্ৰীড়াৰ মঞ্চলৈ। মাজুলীৰ চানং গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান ছেমুৱেল দলেৰ জীৱনলৈ আহিছে এক বিশেষ সফলতা। ২০২৭ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত...

ঘাতক ঘনকান্তৰ নিতৌ ন ন তথ্য উদঘাটন; ডিমাপুৰৰ স্বস্তি গান হাউচৰ পৰা ৩ লাখ টকাত পিষ্টল ক্ৰয় কৰিছিল ঘনকান্তই

ঘাতক ঘনকান্তৰ বিৰুদ্ধে ন ন তথ্য পোহৰলৈ আহিছে। ২০২৪ চনৰ ১৬ অক্টোবৰত নাগালেণ্ডৰ ডিমাপুৰস্থিত স্বস্তি গান হাউচৰ পৰা এটা .৩২ পিষ্টল ক্ৰয় কৰিছিল ঘনকান্তই। প্ৰাপ্ত...

Popular