বলেৰ’ গাড়ীয়ে মহটিয়াই নিলে বাইক আৰোহীক, লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ যুৱক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ যুৱক। নিহত যুৱকজন ছয়গাঁও গৰৈমাৰীৰ আচলপাৰাৰ নুৰ হুছেইন। যুৱকজন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। কৰ্মৰত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰৰ পুত্ৰৰ সৈতে বাইকত গৈ থকা অৱস্থাতে এখন ব’লেৰ গাড়ীয়ে মহটিয়াই নিয়ে যুৱক দুজনক। তীব্ৰ বেগী ব’লেৰো গাড়ীৰ খুন্দাত থিতাতে নিহত হয় ২ বাইক আৰোহী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...