বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই ছিনিয়ৰ মহিলা এদিনীয়া প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰবাবে অসমৰ দল আৰু সহায়ক ষ্টাফৰ নাম ঘোষণা কৰা হৈছে । দলটো : ৰশ্মি দে ( অধিনায়ক ), গায়ত্ৰী গুৰুং ( উপ অধিনায়ক ), মনীষা দাস, নিৰুপমা বড়ো, উৰ্মিলা চেটাৰ্জী, খুশী শৰ্মা, মৌচুমী নৰহ, প্ৰিয়ংকা বৰুৱা, মাইনা নৰহ ( উইকেটকীপাৰ ), ফ্লৰিনা টায়ে, আমন্টিকা মুণ্ডা, শিৱানী বিষ্ণয় ( উইকেটকীপাৰ ), ৰীমা পেগু, প্ৰিয়ংকা কলিতা আৰু কাকু বৰ্মন ।

সহায়ক ষ্টাফ : মুখ্য প্ৰশিক্ষক : চেতন বি ধিংৰা; প্ৰশিক্ষক : অশোক তালুকদাৰ; প্ৰশিক্ষক আৰু মেনেজাৰ : চাণক্য শৰ্মা; ট্ৰেইনাৰ : নৱজিৎ কৌশিক; ফিজিঅ’: নিবেধা দিলীপ আৰু প্ৰদৰ্শন বিশ্লেষক : মালা ৰংগস্বামী

দলটোৰ সফলতা কামনা কৰি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হৈছে ।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ...