সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী মিট চাপ্লাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দু/ৰ্ঘ/ট/না।

AR04A2696 নম্বৰৰ এখন ট্ৰাক আৰু AS12AP6300 নম্বৰৰ এখন ইক’ ভেন বাহন মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে মৃ/ত্যু হয় যুৱককেইজনৰ। নি/হ/ত যুৱককেইজন ঘোঁৰামাৰী বতাবাৰীৰ হৰ গোবিন্দ হাজুৱাৰী, নয়ন স্বৰ্গীয়াৰী, পাপু বৰা, প্ৰাঞ্জল বণিয়া আৰু সঞ্জয় মেচ বুলি জানিব পৰা গৈছে।

ইফালে, দু/ৰ্ঘ/ট/নাগ্ৰস্ত ইক’ ভেন বাহনখনৰ পৰা কেইবাটাও সু/ৰা/ৰ বটল উদ্ধাৰ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...