ড্ৰাগছৰ বিৰুদ্ধে একচন মুডত অসম আৰক্ষী

লামডিঙত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।

লামডিঙৰ নিউ কলনিৰ পৰা ড্ৰাগছ সহ আটক এজন যুৱক।

আটকাধীন যুৱকজন অভিজিৎ ৰয় ওৰফে সুভম।

অভিজিৎ ৰয়ৰ পৰা আৰক্ষীয়ে ৯ গ্ৰাম হেৰ’ইন জব্দ কৰিছে৷

আৰক্ষীৰ মতে অভিজিতে ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায়ীও কৰি আহিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...