ভয়ংকৰ পথ দুৰ্ঘটনাই অকালতে প্ৰাণ ল’লে মনপ্ৰীত আৰু প্ৰণৱ শইকীয়াৰ

মাকুম চান্দমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাটোত দুজনকৈ যুৱক নিহত ।

তিনিচুকীয়া দিশৰ পৰা আহি থকা AS 23 CC 6686 নম্বৰৰ HIMU – TANUJ নামৰ বাছ আৰু AS 23 AD 3442 নম্বৰৰ এখন স্কুটিৰ মুখামুখি সংঘৰ্ষ হয় ।

AS 23 AD 3442 নম্বৰৰ স্কুটিখনত মাকুমৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা দুজন লোক নিহত হয় ।

স্কুটি আৰুহি দুয়োজন লোকক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ইতিমধ্যে দুয়োজন যুৱকৰ মৃত্যু ঘটিছে ।

নিহত যুৱজ দুজন ক্ৰমে ডিগবৈৰ মনপ্ৰীত সিং আৰু প্ৰণৱ শইকীয়া বুলি জানিব পৰা গৈছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...