অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত ইউটিউবাৰ

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত মুম্বাইৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। দ্বিতীয় দিনৰ বাবে CIDৰ কাৰ্যালয়ত হাজিৰ অভিষেক কৰ। কেমেৰা দেখি দৌৰি দৌৰি কাৰ্যালয়ত প্ৰৱেশ অভিষেকৰ। সংবাদ মাধ্যমৰ প্ৰশ্ন এৰাই চলিলে ইউটিউবাৰজনে। অধিবক্তাসহ CID কাৰ্যালয়ত অভিষেক। পডকাষ্টত অসমৰ তন্ত্ৰ–মন্ত্ৰক লৈ কৰিছিল আজৱ মন্তব্য। সমগ্ৰ বিষয় সন্দৰ্ভত অসম আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল CIDয়ে । সোমবাৰেও CID কাৰ্যালয়ত হাজিৰ হৈছিল অভিষেক। CIDৰ চাইবাৰ থানাত 01/25ত নম্বৰত অভিষেকৰ বিৰুদ্ধে ৰুজু গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...