বাতিল হ’ল অসম নাট‍্য সন্মিলনৰ ৬০ সংখ‍্যক অধিবেশন

অসম নাট‍্য সন্মিলনৰ ৬০ সংখ‍্যক অধিবেশন বাতিল৷ ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাত বাতিল কৰা হৈছে ৬০ সংখ‍্যক অধিবেশন। আজিৰে পৰা নগাঁৱৰ নেহেৰুৱালিত অনুষ্ঠিত হোৱাৰ কথা আছিল অধিৱেশনখন৷ ক’ভিডকালীন পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে ইটোৰ পিছত সিটো ৰাজহুৱা অনুষ্ঠান। এইবাৰ কভিডৰ বাবে অসম নাট‍্য সন্মিলনৰ অধিবেশন বাতিলৰ সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী সময়ত অধিবেশনৰ সময় আৰু স্থান ঘোষণা কৰিব অসম নাট্য সন্মিলনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...