সান্ধ্য আইনক লৈ ৰাজ্যত নতুন SOP

৭খন জিলাক বাদ দি সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ হ’ব
১ বজাত বন্ধ, ২ বজাত সান্ধ্য আইন কোনো জিলাত নাথাকিব
অহা বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম
কোনো জিলাত ১০০তকৈ অধিক সংক্ৰমণ হ’লে লকডাউন
গুৱাহাটীত ২৫০তকৈ অধিক হ’লে কঠোৰ ব্যৱস্থা
‘শেহতীয়া কৰ’না সংক্ৰমণ বৃদ্ধিৰ কাৰণ চুলাই’
‘অভিভাৱক মন্ত্ৰীৰ প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে’
সকলো চুলাই ঘাটি ভাঙি পেলোৱাৰ নিৰ্দেশ উপায়ুক্তক
সংবাদমেলত জনালে ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...