প্ৰথমবাৰলৈ এই স্থানত হ’ব বাজেট অধিৱেশন

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধান সভাৰ বাজেট অধিৱেশন। বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হ’ব কোকৰাঝাৰত।

BTCৰ পৰিষদীয় সচিবালয়ত হ’ব বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী। ৰাজ্যপালৰ ভাষণেৰে কোকৰাঝাৰত আৰম্ভ হ’ব বাজেট অধিৱেশনৰ কাম-কাজ। বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠিত হ’ব অসম বিধানসভাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...