প্ৰথমবাৰলৈ এই স্থানত হ’ব বাজেট অধিৱেশন

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধান সভাৰ বাজেট অধিৱেশন। বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হ’ব কোকৰাঝাৰত।

BTCৰ পৰিষদীয় সচিবালয়ত হ’ব বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী। ৰাজ্যপালৰ ভাষণেৰে কোকৰাঝাৰত আৰম্ভ হ’ব বাজেট অধিৱেশনৰ কাম-কাজ। বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠিত হ’ব অসম বিধানসভাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...