আজি ঘোষণা হ’ব পাৰে নতুন SOP! অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক

অমিক্ৰনৰ সংক্ৰমণক লৈ ৰাজ্য চৰকাৰৰ আজি বিশেষ বৈঠক। মুখ্যমন্ত্ৰীৰ আহ্বানত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক। বৈঠকত উপস্থিত থাকিব কেবিনেট মন্ত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া। শীঘ্ৰেই ৰাজ্যত নতুন SOP বলৱৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা।

বন্ধ হ’ব পাৰে বিদ্যালয়। বন্ধ হ’ব পাৰে ১৫ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান। নৈশ সান্ধ্য আইনৰ সময়সীমা সলনিৰো পূৰ্ণ সম্ভাৱনা। নিষেধাজ্ঞা আহিব পাৰে ৰাজহুৱা সমাবেশত। প্ৰতিদিনে এহেজাৰ লোক আক্ৰান্ত হ’লে ৰাজ্যত বলৱৎ হ’ব বিশেষ নিষেধাজ্ঞা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...