নৱবৰ্ষৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীৰ বাবে দুটাকৈ ছুটী!

  • ৬ আৰু ৭ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীৰ বিশেষ ছুটী
  • পিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে সময় কটাবলৈ এই বিশেষ ছুটী
  • কৰ্মচাৰীসকলে প’ৰ্টেলত আপলোড কৰিব লাগিব ফটো
  • ফটো আপলোড নকৰিলে ল’ব বিশেষ ব্যৱস্থা
  • জৰুৰী সেৱাৰ এক চতুৰ্থাংশ বিষয়া-কৰ্মচাৰীয়ে মাহে ল’ব পাৰিব ছুটী
  • এপ্ৰিল মাহলৈ জৰুৰীকালীন সেৱাৰ বিষয়া কৰ্মচাৰীয়ে পাব এই ছুটী
  • সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা
  • বিষয়া-কৰ্মচাৰীসকলে পাব মুঠ ৪ দিন বন্ধ
  • দুদিন বিশেষ ছুটী, দুদিন চৰকাৰী বন্ধ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...