অসমলৈ আহি আছে বুষ্টাৰ ড’জ…

ক’ভিডৰ সৈতে মোকাবিলা কৰিবৰ বাবে অসমতো প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ। ক’ভিডৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ বুষ্টাৰ ড’জ প্ৰদান কৰাৰ পৰিকল্পনা। প্ৰথমে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ। পৰৱৰ্তী পৰ্যায়ত ৬০ বছৰৰ উৰ্ধৰ ব্যক্তিক প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ।

ইতিমধ্যে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্বৰ বিভিন্ন দেশে আৰম্ভ কৰিছে বুষ্টাৰ ড’জ প্ৰদানৰ প্ৰক্ৰিয়া। ক’ভিডৰ দুটাকৈ প্ৰতিষেধক লোৱাৰ পাছতো বহুলোক আক্ৰান্ত হৈছে ক’ভিডত। যাৰ বাবে বুষ্টাৰ ড’জৰ পৰামৰ্শ প্ৰদান কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...