নৱবৰ্ষৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীৰ বাবে দুটাকৈ ছুটী!

  • ৬ আৰু ৭ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীৰ বিশেষ ছুটী
  • পিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে সময় কটাবলৈ এই বিশেষ ছুটী
  • কৰ্মচাৰীসকলে প’ৰ্টেলত আপলোড কৰিব লাগিব ফটো
  • ফটো আপলোড নকৰিলে ল’ব বিশেষ ব্যৱস্থা
  • জৰুৰী সেৱাৰ এক চতুৰ্থাংশ বিষয়া-কৰ্মচাৰীয়ে মাহে ল’ব পাৰিব ছুটী
  • এপ্ৰিল মাহলৈ জৰুৰীকালীন সেৱাৰ বিষয়া কৰ্মচাৰীয়ে পাব এই ছুটী
  • সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা
  • বিষয়া-কৰ্মচাৰীসকলে পাব মুঠ ৪ দিন বন্ধ
  • দুদিন বিশেষ ছুটী, দুদিন চৰকাৰী বন্ধ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...