ৰাজস্থানত অসমৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ!

  • ৰাজস্থানত অসমৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ
  • ৪ যুৱকৰ ২৫ বছৰীয়া যুৱতীক বলাৎকাৰ
  • ৰাজস্থানৰ চুৰু চহৰত নাৰকীয় ঘটনা
  • চাকৰিৰ সাক্ষাৎকাৰৰ বাবে মাতি নিছিল যুৱতীগৰাকীক
  • সুৰাপান কৰি ৪ যুৱকে সংঘটিত কৰিছিল ধৰ্ষণ-কাণ্ড
  • ধৰ্ষণৰ পিছত হাত-ভৰি বান্ধি পেলাই দিছিল চাদৰ পৰা
  • সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যুৱতীগৰাকীৰ
  • এটা খুঁটাত ওলমি ৰোৱাৰ ফলত জীৱন ৰক্ষা পৰে যুৱতীগৰাকীৰ
  • ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী
  • সুনীল ওৰফে ৰাজু নামৰ যুৱকে মাতি নিছিল যুৱতীগৰাকীক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...