ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

  • এতিয়াৰে পৰা PMAYৰ ঘৰৰ বাবে অতিৰিক্ত ১০ হাজাৰ টকা
  • পূৰ্বে ঘৰ নিৰ্মাণৰ বাবে ২ লাখ টকাকৈ দিয়া হৈছিল
  • গৃহ নিৰ্মাণ সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত
  • পূৰ্বে ঘৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতহে ৩০ হাজাৰ টকা পাইছিল
  • এতিয়াৰে পৰা ঘৰ নিৰ্মাণৰ আৰম্ভণিতে দিয়া হ’ব ধন
  • নিৰ্মাণ কৰা হ’ব শুৱালকুছি-পলাশবাৰী সংযোগী দলং
  • দলংখনৰ দৈৰ্ঘ্য হ’ব ৪.০৮ কিল’মিটাৰ
  • চাৰি লে’নযুক্ত দলংখন নিৰ্মাণৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন
  • নগাঁও-কাছাৰ কাগজ কলৰ বকেয়া পাবলৈ থকা কৰ্মচাৰীলৈ ধন আবণ্টন
  • এই কৰ্মচাৰীসকলৰ বাবে ৩০৮ কোটি ৭৫ লাখ টকা মুকলি
  • এসপ্তাহৰ ভিতৰত চাকৰি পাব কাগজ কলৰ ১০০জন কৰ্মচাৰীয়ে
  • গুৱাহাটী গে’টৱে’ ঘাটৰ মান উন্নীতকৰণৰ পদক্ষেপ
  • এই উদ্দেশ্যে ২৮৯ কোটি ৪৫ লাখ টকাৰ অনুমোদন
  • ৪খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে ২,০০০ কোটি টকা অনুমোদন
  • প্ৰতিখন মেডিকেল কলেজৰ প্ৰশাসনিক কামৰ বাবদ ৫০০ কোটি টকাকৈ
  • তামুলপুৰ মেডিকেল কলেজৰ বাবে আগৰ কেবিনেটত অনুমোদন দিয়া হৈছে
  • মহাৰাষ্ট্ৰত এটা ‘অসম চৌহদ’ নিৰ্মাণৰ বিবেচনা, কমিটী গঠন
  • মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ তিয়াৰে গাঁৱত হ’ব ‘অসম চৌহদ’
  • ‘অসম চৌহদ’ত থাকিব অসমৰ ঐতিহ্য-সংস্কৃতিৰ নিদৰ্শন
  • ৭৭খন শিক্ষানুষ্ঠানক ‘চেণ্টাৰ অব এক্সেলেন্স’ৰূপে গঢ় দিয়া হ’ব
  • এই শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ৩৩খন পলীটেকনিক, ৪৪খন ITI
  • ‘চেণ্টাৰ অব এক্সেলেন্স’ৰ বাবে ২৩৯০ কোটি টকা অনুমোদন
  • এই প্ৰকল্পৰ বাবে ৮৮% ধন টাটাৰ পৰা আহিব
  • নৌ পৰিবহণ সেৱা সুচল কৰাৰ বাবে নতুন কোম্পানী গঠন
  • আছাম ইনলেণ্ড ৱাটাৰৱে’জ কোম্পানী লিমিটেডৰ অধ্যক্ষ হ’ব CM
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...