আজি ২০২৩–২৪ বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে

আজি পুৱা ১১ বজাত বিধানসভাৰ মজিয়াত ২০২৩–২৪ বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। ১.২২ লাখ কোটি টকাৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে।নতুন বাজেটত থাকিব ২৫খন নতুন কলেজ আৰু প্ৰতিখন সমষ্টিত বিজ্ঞান সন্মত হাইস্কুল।

এই বাজেটত শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বিনিয়োগ হোৱাৰ সম্ভাৱনা। বুধবাৰে সংবাদ মাধ্যমৰ আগত বিত্তমন্ত্ৰীৰ ইংগিত মধ্যবিত্ত শ্ৰেণী আৰু মহিলাৰ বাবে বহু ভাল খবৰ থাকিব বাজেটত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...