ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ ৪০জনৰো অধিক সৈনিক নিহত!

  • ৰাছিয়াৰ আক্ৰমণত এই পৰ্যন্ত ইউক্ৰেইনৰ ৪০জনৰো অধিক সৈনিক নিহত
  • ইউক্ৰেইনৰ ১০ জনৰো অধিক নাগৰিক নিহত ৰাছিয়াৰ আক্ৰমণত
  • দেশৰ সুৰক্ষাৰ স্বাৰ্থত ওলাই অহা নাগৰিক অস্ত্ৰ দিবলৈ সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি
  • ইউক্ৰেইনক সমৰ্থন জনাবলৈ প্ৰতিজন নাগৰিকক আহ্বান ৰাষ্ট্ৰপতিজনৰ
  • দেশখনৰ পৰিস্থিতি বৰ্তমান অত্যন্ত উদ্বেগজনক
  • ATM, বিভিন্ন দোকানত ভিৰ কৰিছে ইউক্ৰেইনৰ নাগৰিকে
  • খাদ্য-সামগ্ৰী নাটনিৰ তীব্ৰ আতংক দেশখনত
  • বেংকত নগদ ধনৰ অভাৱ হৈছে ইউক্ৰেইনত
  • ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সহায়ৰ হাত বিচাৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ তহলদাৰী দলক এম্বুশ্ব; শ্বহীদ এজন জোৱান

ভাৰত-ম্যানমাৰ সীমান্তত মঙলবাৰে পুৱাই অসম ৰাইফলছৰ এটা তহলদাৰী দল...