ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ ৪০জনৰো অধিক সৈনিক নিহত!

  • ৰাছিয়াৰ আক্ৰমণত এই পৰ্যন্ত ইউক্ৰেইনৰ ৪০জনৰো অধিক সৈনিক নিহত
  • ইউক্ৰেইনৰ ১০ জনৰো অধিক নাগৰিক নিহত ৰাছিয়াৰ আক্ৰমণত
  • দেশৰ সুৰক্ষাৰ স্বাৰ্থত ওলাই অহা নাগৰিক অস্ত্ৰ দিবলৈ সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি
  • ইউক্ৰেইনক সমৰ্থন জনাবলৈ প্ৰতিজন নাগৰিকক আহ্বান ৰাষ্ট্ৰপতিজনৰ
  • দেশখনৰ পৰিস্থিতি বৰ্তমান অত্যন্ত উদ্বেগজনক
  • ATM, বিভিন্ন দোকানত ভিৰ কৰিছে ইউক্ৰেইনৰ নাগৰিকে
  • খাদ্য-সামগ্ৰী নাটনিৰ তীব্ৰ আতংক দেশখনত
  • বেংকত নগদ ধনৰ অভাৱ হৈছে ইউক্ৰেইনত
  • ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সহায়ৰ হাত বিচাৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...