বকোৰ ৰাজাপাৰাত প্ৰায় ৩ কোটি জাল নোট জব্দ!

বকো আৰক্ষীৰ এক সফল অভিযান। বকোৰ ৰাজাপাৰাত জব্দ হৈছে প্ৰায় ৩ কোটি জাল নোট। গোৱালপাৰাৰ কৃষ্ণাইৰ পৰা সৰবৰাহ কৰা সময়তে জব্দ হয় জালনোট খিনি। লগতে গ্ৰেপ্তাৰ দুজন জালনোট সৰবৰাহকাৰী।

গ্ৰেপ্তাৰ নবিউল হুছেইন আৰু চাহিদুল ইছলাম। দুয়োৰে ঘৰ কৃষ্ণাইৰ নয়াপাৰাত। আৰক্ষীয়ে AS01 BM 4768 নম্বৰৰ মাৰুতি চুইফট এখনো জব্দ কৰে। ঘটনা সন্দৰ্ভত বকো আৰক্ষী তদন্ত অব্যাহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...