বলীউডৰ অৰ্মান মালিকৰ মন্তব্যঃ কোৰিয়াৰ K-POP band BTSএ এছিয়ান আৰ্টিছতৰ বাবে নতুন ধাৰাৰ সৃষ্টি কৰিছে

গুৱাহাটী, ৯ জুন, NKTV: কোৰিয়াৰ K-pop Band BTSৰ সমগ্ৰ বিশ্বতেই FAN আৰু FOLLOWERS আছে। BTSৰ নতুন গীত BUTTERয়ে ভংগ কৰিছে বৰ্তমানৰ সকলোবোৰ ৰেকৰ্ড। BTSৰ অশেষ চেষ্টা আৰু পৃথক ধৰণে নিজৰ bandটোক অনুৰাগী সকলৰ মাজলৈ আগবঢ়োৱাৰ বাবে অতি কম সময়ৰ ভিতৰতেই সমগ্ৰ বিশ্বতেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতটো আছে BTSৰ ARMY FAN। ভাৰতত থকা BTSৰ ARMY FAN সকলৰ মাজত ভাৰতৰ জনপ্ৰিয় গায়ক অৰ্মান মালিকো BTSৰ এজন ডাঙৰ FAN। এই কথা নিজ মুখে স্বীকাৰ কৰিছে বলীউডৰ জনপ্ৰিয় গায়কজনে। ইণ্ডিয়ান এক্সপ্ৰেছৰ লগত অৰ্মান মালিকৰ হোৱা এক সাক্ষাৎকাৰত এই কথা নিজ মুখে প্ৰকাশ কৰে জনপ্ৰিয় গায়ক অৰ্মান মালিকে। অৰ্মানে BTS ৰ গীত উপভোগ কৰাৰ লগতে তেওঁলোকক দেখি গৌৰৱ অনুভৱ কৰে বুলি তেওঁ জানিব দিয়ে। অৰ্মানে এক সাক্ষাৎকাৰ কয় যে “BTSএ এছিয়ান আৰ্টিছৰ বাবে এক নতুন ধাৰাৰ সৃষ্টি কৰিছে, যাৰ বাবে মই তেওঁলোকক সন্মান কৰো।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...