কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ জয়লাভ

কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ জয়লাভ। ১-০ গ’লত কলম্বিয়াক পৰাস্ত কৰে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই। অতিৰিক্ত সময়ত আৰ্জেণ্টিনাই দিলে বিজয়সূচক গ’লটো। ১১২ মিনিটত মাৰ্টিনেজে দিয়ে একমাত্র গ’লটো। আঘাতপ্ৰাপ্ত হৈ ৬৫ মিনিটত খেলপথাৰ ত্যাগ মেছিৰ। আঘাতৰ বাবে হুকহুকাই কান্দিলে মেছিয়ে। কোপা আমেৰিকাত একেৰাহে দ্বিতীয়বাৰলৈ চেম্পিয়ন হ’ল আৰ্জেণ্টিনা।

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...