হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান


চিকিৎসালয়ত ভৰ্তি বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমান


বুকুত বিষ অনুভৱ কৰাত চেন্নাইৰ এপ’ল হাস্পতালত ভৰ্তি কৰোৱা হয় অস্কাৰ বিজয়ী সংগীতজ্ঞজনক

পুৱা ৭ বজাত হাস্পতাললৈ নিয়া হয় এ আৰ ৰহমানক

বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলিছে চিকিৎসা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...