APDCL য়ে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ

গুৱাহাটী, ১ জুলাই, NKTV: সৰ্বকালৰ অভিলেখ ভংগ কৰিলে অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কৰ্প’ৰেচন লিমিটেড চমুকৈ এপিডিচিএলএ। চলিত বৰ্ষৰ জুন মাহত এপিডিচিএলএ সংগ্ৰহ কৰিলে ৫০৮.৫৮ কোটি টকা।

শক্তিমন্ত্ৰী বিমল বৰাৰ দায়িত্বত থকা বিভাগটোৱে পূৰ্বৰ সকলোবোৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। কিছুদিন পূৰ্বেই মন্ত্ৰীগৰাকীয়ে জাৰি কৰিছিল নতুন নিয়ম। সময়মতে বিদ্যুতৰ মাচুল নিদিলে দৰমহা প্ৰদান কৰা নহ’ব বুলি মন্ত্ৰী গৰাকীয়ে কঠোৰ নিয়ম বান্ধি দিয়াৰ পিছতেই সষ্টম হৈ উঠিল ৰাজ্যবাসী।

জুন মাহত শক্তিমন্ত্ৰী বিমল বৰাই জাৰি কৰা এনে কঠোৰ নিৰ্দেশৰ পিছতেই চলিত মাহতেই এপিডিচিএলএ ৫০৮.৫৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...