ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা

ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। শনিবাৰে নিশা লামডিং ৰে’লৱে জংচনৰ সন্মুখত দুৰ্ঘটনাগ্ৰস্ত হয় মালবাহী ৰে’ল। গুৱাহাটীৰ পৰা লামডিং অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় ৰে’লখন। লামডিং ৰে’লৱে জংচন সোমোৱাৰ পূৰ্বেই লাইনচ্যুট হয় দুটা ডবা। ফলত গুৱাহাটীৰ পৰা উজনি অভিমুখী সকলো ৰে’ল বহু ঘণ্টা ধৰি বন্ধ হৈ পৰে।

Popular

More like this
Related

সৰ্বকালৰ সৰ্বাধিক ৫৩৪ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগত

নিয়মীয়াকৈ কৰ পৰিশোধ, যান-বাহনৰ নথি-পত্ৰ নৱীকৰণেৰে সুৰক্ষিত যাতায়াতৰ প্ৰতি...

মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত? বৰ্ণনা দিলে মহাকাশচাৰী সুনীতা উইলিয়ামছে

মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত? এই প্ৰশ্ন নিশ্চয় আপোনাৰো...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গোলাঘাটৰ জানপাৰ

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গোলাঘাটৰ জানপাৰ। অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী...

১ এপ্ৰিলৰ পৰা ড্ৰাইভিং লাইচেন্স বাতিল হ’ব পাৰে আপোনাৰ : আহিছে কি নতুন নিয়ম?

নতুন বিত্তীয় বৰ্ষ মঙলবাৰৰ পৰা আৰম্ভ হোৱাৰ লগে লগে...