প্ৰচণ্ড গুলীয়াগুলিত নিহত ৩জনকৈ লোক

অগ্নিগৰ্ভা মণিপুৰত পুনৰ গুলীচালনাৰ ঘটনা। জিৰিবামত কুকি-মেইটেই সংগঠনৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। গুলীয়াগুলিত নিহত দুয়োপক্ষৰ তিনিজনকৈ লোক। শনিবাৰে পুৱাৰ ভাগতে সংঘটিত হয় এই ঘটনা। ৰশিদপুৰ চাহ বাগিচাত সংঘটিত হয় ২ পক্ষৰ গুলীয়াগুলি। কেইবাঘণ্টা ধৰি দুয়োপক্ষৰ মাজত চলে এই সংঘৰ্ষ। গুলীবিদ্ধ হৈ মৃত্যু ২ কুকি যুৱক আৰু ১ মেইটেই যুৱকৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...