ভাৰতত HMPV সংক্ৰমণ

এক ভয়ংকৰ খবৰ। এইবাৰ ভাৰতত HMPV সংক্ৰমণ। বেংগালুৰুত প্ৰথমটো HMPV সংক্ৰমণৰ ঘটনা। ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV। বৰ্তমান শিশুটি বেংগালুৰুৰ এখন হাস্পতালত চিকিৎসাধীন।

Popular

More like this
Related

বিয়াৰ পাছত বেডমিণ্টন ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন পি ভি সিন্ধুৰ

১৪-১৯ জানুৱাৰীলৈ নতুন দিল্লীত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন বিয়াৰ পাছত পুনৰ...

অশ্লীল ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ চাহিল খান

নাবালিকাৰ অশ্লীল ভিডিঅ’ মোবাইলত আবদ্ধ কৰি পিছত সামাজিক মাধ্যমত...

কি পৰ্যায়ত উমৰাংছুৰ কয়লাখনিৰ উদ্ধাৰ অভিযান?

উমৰাংছুৰ কয়লাখনিৰ ঘটনাই জোকাৰিছে ৰাজ্য। কয়লাখনিটোত আবদ্ধ হৈ থকা...

কিয় সঘনাই বাঢ়িছে ভূমিকম্প? অসমত ২০২৫ত দুবাৰকৈ অনুভূত জোকাৰণি

৭ জানুৱাৰীৰ পুৱাই দেশৰ ভিন্ন প্ৰান্তত অনুভূত হ’ল ভূমিকম্প।...