এদিন পিছুৱালে অমিত শ্বাহৰ অসম ভ্ৰমণ

এদিন পিছুৱালে অমিত শ্বাহৰ অসম ভ্ৰমণ। ১৪ মাৰ্চৰ পৰিৱৰ্তে ১৫ মাৰ্চত অসমলৈ আহিব শ্বাহ।
হোজাই আৰু বটদ্ৰৱালৈ যাব অমিত শ্বাহ। বটদ্ৰৱা থানত শ্বাহে মুকলি কৰিব নৱনিৰ্মিত প্ৰকল্প।
হোজাইত বিশাল জনসভা সম্বোধন কৰিব শ্বাহে। ১৪ মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বৰপেটা আৰু কোকৰাঝাৰত জনসভা সম্বোধন কৰিব ৰাজনাথ সিঙে। বৰপেটা সত্ৰও দৰ্শন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...