অসমত কি কি কাৰ্যসূচীত ভাগ ল’ব অমিত শ্বাহে?

অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। ১৯ জানুৱাৰীত নহয়, ২০ জানুৱাৰীতহে অসমলৈ আহিব অমিত শ্বাহ। গুৱাহাটীত ৩টা মূল কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসম আৰক্ষী কমাণ্ডোৰ দীক্ষান্ত সমাৰোহত অভিবাদন ল’ব শ্বাহে। ব্ৰহ্মপুত্ৰৰ পাৰত নৱনিৰ্মিত উদ্যান উদ্বোধন কৰিব অমিত শ্বাহে।
লাচিত বৰফুকনক লৈ ৰচিত গ্ৰন্থৰ ২৪টা ভাষাৰ অনুবাদ উদ্বোধন কৰিব তেওঁ। ভ্ৰমণকালত বিজেপি নেতৃবৰ্গৰ সৈতেও মিলিত হ’ব অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...